মে’ 2, 2024
প্ৰবন্ধ

মই অনুভৱ কৰিছো মানচেষ্টাৰ ইউনাইটেডৰ দ্বাৰা প্ৰতাৰিত: ক্রিষ্টিয়ানো ৰোনাল্ডো

মানচেষ্টাৰ ইউনাইটেডৰ কাপোৰ ফালি পেলালে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে দ্য ছানৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পাঁচবাৰৰ বেলন ডি অৰ বিজয়ী খেলুৱৈগৰাকীয়ে দাবী কৰিছে যে প্রশিক্ষক টেন হেগ আৰু ব’র্ডৰ একাংশ কার্যবাহীয়ে তেওঁক ক্লাবৰ পৰা বাহিৰ কৰিবলৈ বাধ্য কৰাইছে৷ “মোৰ বিশ্বাসঘাতকতা অনুভৱ হৈছে। মই অনুভৱ কৰোঁ কিছুমান মানুহে মোক দলত নিবিচাৰে, কেৱল এই বছৰতে নহয় [...]

আৰু পঢ়ক
asঅসমীয়া