মে’ 4, 2024
প্ৰবন্ধ

TELEPATHY

টেলিপেথী হৈছে দুজন মানুহৰ মনৰ মাজত কোনো ধৰণৰ যোগাযোগ নোহোৱাকৈ যোগাযোগৰ উৎস

ইয়াৰ এটা ৰূপত এজন ব্যক্তিৰ আৱেগ,অনুভৱ আৰু চিন্তাক আন এজন ব্যক্তিৰ মনলৈ পঠিয়াই দিয়া হয় আৰু তেওঁলোকৰ মাজত কোনো ধৰণৰ শাৰীৰিক সংক্ৰমণ নহয়।যিহেতু টেলিপেথীক দেখা বা জুখিব নোৱাৰি গতিকে ইয়াক সাধাৰণতে মিথ হিচাপে গণ্য কৰা হয় কিন্তু শেহতীয়াকৈ বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা সংঘটিত হৈছিল যিয়ে কিছুমান প্ৰমাণ দেখুৱাইছে এজন ব্যক্তিৰ মনৰ পৰা আন এজন ব্যক্তিলৈ তথ্য আৰু অনুভৱ স্থানান্তৰিত কৰাৰ।

টেলিপেথী

এই পৰিঘটনাত সকলো শাৰীৰিক পাঁচ ইন্দ্ৰিয় জড়িত নহয়। আনকি প্ৰাণীত টেলিপেথী পৰ্যবেক্ষণ কৰা হৈছে। আনকি সকলোৱেও জীৱনত অন্ততঃ এবাৰ এই অভিজ্ঞতা লাভ কৰিছে হয় নিজৰ ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে।যেতিয়া আমাৰ ঘনিষ্ঠসকলে তেওঁলোকক নোকোৱাকৈয়েও আমি কি অনুভৱ কৰিছো বা কি ভাবিছো সেই বিষয়ে সঠিকভাৱে জানিছিল।এই সকলোবোৰ কামত টেলিপেথীৰ বাবেই হয়।টেলিপেথীৰ দ্বাৰা উন্নত কৰিব পাৰি নিজৰ চিন্তাত মনোনিৱেশ কৰি ধ্যান আৰু যোগাসন কৰি নিজৰ মনক শান্ত কৰা। টেলিপেথী কৰা ব্যক্তিক কল্পনা কৰিবলৈ চেষ্টা কৰক আন এটা শৰীৰৰ পাঁচটা ইন্দ্ৰিয়ৰ জড়িততা নোহোৱাকৈ।

ছবিৰ উৎস : স্মিথছনিয়াম মেগজিন

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

asঅসমীয়া